কেমেৰাত বন্দী ৰেগিঙৰ ভয়াৱহ দৃশ্য - ৰেগিঙ
🎬 Watch Now: Feature Video
ৰেগিঙৰ ভয়ংকৰ দৃশ্য ভাইৰেল চ’চিয়েল মিডিয়াত ৷ ডিগবৈ আৰ, ডি জুনিয়ৰ কলেজৰ হোষ্টেলৰ দৃশ্য এইয়া । এই দৃশ্যৰ পাচতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷
Last Updated : Apr 26, 2019, 12:46 PM IST