নাগৰিকত্ব সংশোধনী বিধেয়কঃ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰতিবাদ - ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 29, 2019, 4:34 PM IST

বিতৰ্কিত ‘কেব’ৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে নলবাৰীৰ এজন যুৱকে ৷ ৰাজ্যখনৰ চৌদিশে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল প্ৰতিবাদ চলি থকাৰ সময়তে দেখা গ’ল যুৱকজনৰ এই অভিনৱ প্ৰতিবাদ । ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই প্ৰতিবাদৰ নাটকীয় ৰূপ ৷ হিৰক কলিতা নামৰ যুৱকজনৰ ঘৰ বৰভাগৰ কালাগত ৷ যুৱকজনে হাতত তাল লৈ গাত বোকা সানি পথাৰত চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে নাটকীয় ভংগিমাৰে সাব্যস্ত কৰিলে কেব বিৰোধী প্ৰতিবাদ । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.