Hit and Run case: কিয় ড৹ নভনীল বৰুৱাই ফোন কৰিছিল ডিজিপি মহন্তক?

🎬 Watch Now: Feature Video

thumbnail
মডেল ৰাজকন্যা বৰুৱাৰ ঘটনাত নাম সাঙোৰ খাইছে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৷ নিজৰ নাম সাঙোৰ খাই পৰাৰ লগে লগে সংবাদমেলযোগে স্পষ্টীকৰণ ডিজিপি মহন্তৰ ৷ চিকিৎসক ড৹ নভনীল বৰুৱাই ৰাজকন্যাৰ এডমিশ্যন সন্দৰ্ভত ফোনযোগে যোগাযোগ কৰা বুলি স্বীকাৰ কৰিছে ভাস্কৰজ্যোতি মহন্তই ৷ ৰাজকন্যাক এৰেষ্ট কৰা হ'ব নেকি বুলি সুধিছিল ড৹ নভনীল বৰুৱাই ৷ ৰাজকন্যাৰ Suicidal Tendencies সন্দৰ্ভত ড৹ বৰুৱাই অৱগত কৰিছিল বুলি মন্তব্য মহন্তৰ ৷ ডিজিপিগৰাকীয়ে জানিবলৈ দিছে যে, ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আৰক্ষীক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান দিছিল ৷
Last Updated : Oct 9, 2021, 2:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.