মৰ্ত্যবাসীয়ে অশ্ৰুসিক্ত নয়নৰে বিদায় দিলে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক - বিলাসীপাৰা, বঙাইগাঁও আৰু কলিয়াবৰতো
🎬 Watch Now: Feature Video
ৰাজ্যৰ চৌদিশে বিজয়া দশমীৰ ব্যাপক উচাহ-উদ্দীপনাৰ লগতে লাখ লাখ ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱী দুৰ্গাক ৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ দেৱী বিসৰ্জনৰ সবিশেষ সামৰি আমাৰ এক প্ৰতিবেদন
Last Updated : Oct 9, 2019, 12:36 PM IST