পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা হ'ব দ্বীপৰ বিল - পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা হ'ব দ্বীপৰ বিল
🎬 Watch Now: Feature Video
মহানগৰী গুৱাহাটীৰ গাতে লাগি থকা পক্ষী অভয়াৰণ্য দ্বীপৰ বিলাক পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে অসম চৰকাৰক ঘোষণা কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকাৰীৰ। অভয়াৰণ্যখনৰ সংৰক্ষিত এলেকাৰ ১০ মিটাৰ এলেকা পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে অঞ্চলটোত উদ্যোগীকাৰণ বন্ধৰ নিৰ্দেশ।
TAGGED:
Deepor beel