thumbnail

By

Published : Nov 22, 2019, 6:03 PM IST

ETV Bharat / Videos

দৰঙৰ এজন শিক্ষকৰ মহানুভৱতাৰ কাহিনী

অৱসৰপ্ৰাপ্ত শিক্ষক শিৱ প্ৰসাদ শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ ৷ সুধীর্ঘ ২৪ বছৰ ধৰি সুখ্যাতিৰে শিক্ষকতা কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁ নিয়মিতভাৱে আগবঢ়াই আহিছে সেৱা ৷ চাওঁ আহক এই সম্পৰ্কে আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.