প্ৰতিবাদত উত্তপ্ত তেজপুৰ চহৰ

By

Published : Dec 11, 2019, 5:44 PM IST

thumbnail
তেজপুৰ,১১ ডিচেম্বৰ : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 উত্থাপনৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰটো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , উকীল সংস্থা আৰু স্থানীয় ৰাইজে তেজপুৰ আদালতৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ তেজপুৰ চহৰত স্তব্ধ হৈ পৰিছে জনজীৱন । চাওঁক আমাৰ এক প্ৰতিবেদন ৷ আৰু পঢ়ক : নগাঁৱত পৰীক্ষা বৰ্জন কৰি উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.