খাৰুপেটীয়াৰ পাচলি বজাৰত জুই-ছাই দাম - মূল্যবৃদ্ধি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3892830-thumbnail-3x2-k.jpg)
শাক-পাচলিৰ উৎপাদনৰ বাবে পৰিচিত দৰঙৰ খাৰুপেটীয়া আৰু বেছিমাৰী পাইকাৰী বজাৰত এতিয়া আকাশলংঘী মূল্যবৃদ্ধি । কেইবাদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণ আৰু শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত শাক পাচলিৰ খেতি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত জিলাখনৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ বিভিন্ন অঞ্চলত কৃষকে কৰা পাচলি খেতি পচি নষ্ট হৈছে ৷ যাৰ বাবে উচ্চ হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম ।