পালেংবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - দুৰ্নীতি
🎬 Watch Now: Feature Video
বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পালেংবাৰী গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গাঁও পঞ্চায়তৰ এলেকাত Street light স্থাপনৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ তদুপৰি MGNREGA আঁচনি ৰূপায়নৰ নামতো ব্যাপত দুৰ্নীতি সংগঠিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ এই দুৰ্নীতিত নাম সাঙুৰ খাইছে পঞ্চায়তৰ সভানেত্ৰী ললিতা বৈশ্যৰ ৷