প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত প্ৰাৰ্থী সকল ব্যস্ত জয়ৰ সমীক্ষাত - কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11261409-thumbnail-3x2-img.jpg)
উজনিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই প্ৰাৰ্থী সকল এতিয়া সমষ্টিৰ জয়ৰ সমীক্ষাত ব্যস্ত হৈ পৰিছে ৷ কোন প্ৰাৰ্থী বা কোন দলে কিমান ব্যৱধানত জয়ী হ’ব তাক লৈ প্ৰাৰ্থী সকলৰ মাজত বহু জল্পনা-কল্পনা ৷ ইয়াৰ সমান্তৰালকৈ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰেও প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে নিজ গৃহত বহি এতিয়া জয়ৰ সমীক্ষা কৰা পৰিলক্ষিত হৈছে । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ সৈতে আমাৰ সংবাদদাতাৰ এক বিশেষ প্ৰতিবেদন...