অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

By

Published : Aug 19, 2019, 11:53 PM IST

thumbnail

বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিগত কিছুদিন ধৰি দিল্লীৰ AIIMSত চিকিৎসাধীন হৈ থকা নেতা গৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে সৰ্বানন্দ সোণোৱালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.