অন্তিম জন ডিমাছা ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ - প্ৰতিমূৰ্তি উন্মোচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 19, 2021, 6:49 PM IST

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে বৰকা ভ্ৰমণলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাকত দ্বিতীয়টো দিন ৷ দেওবাৰে শিলচৰৰ আৰ্বত ভৱনত অন্তিম জন ডিমাছা ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰতিমূৰ্তিটো উন্মোচন কৰিয়েই মুখ্যমন্ত্ৰী গৰাকীয়ে জনগোষ্ঠীয় লোক সকলৰ সৈতে মত বিনিময় কৰে৷ তাৰপাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰাকৰ বিভিন্ন প্ৰান্ত হেলিকপ্টাৰৰ যোগেদি ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.