বিশ্বনাথত ষট পূজাৰ আয়োজন

By

Published : Nov 10, 2021, 6:44 PM IST

thumbnail

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো চলিছে ষট পূজাক লৈ ব্যাপক আয়োজন । ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অনুসৰি ষট পূজা পালনৰ বাবে সাজু হৈছে বিশ্বনাথ জিলাৰ ভক্তসকলৰ লগতে পূজা পৰিচালনা সমিতিসমূহ ৷ এছ অ’ পি অনুসৰি ষট পূজা অনুষ্ঠিত হ’বলগীয়া নৈ ঘাটসমূহ চেনিটাইজ কৰাৰ কামো সময়ত সম্পূৰ্ণ কৰি তুলিলে ষট পূজা পৰিচালনা সমিতিসমূহে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.