thumbnail

By

Published : Jan 8, 2022, 8:28 PM IST

Updated : Jan 9, 2022, 6:33 PM IST

ETV Bharat / Videos

অনাগত সময়ত সোণৰ পদক লৈ বৰপেটাত উপস্থিত হ’ম: বক্সাৰ লাভলীনা বৰগোহাঁই

বৰপেটা সত্ৰত উপস্থিত অসম গৌৰৱ, অলিম্পিয়ান লাভলীনা বৰগোহাঁই (Lovlina Borgohain visit Barpeta satra) ৷ প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ দৰ্শন কৰাৰ লগতে বৰপেটাবাসীৰ মৰম-আদৰ লাভ কৰি আপ্লুত হৈ পৰে বক্সাৰ গৰাকী (Boxer Lovlina Borgohain) ৷ অনাগত সময়ত লাভলীনাই সোণৰ পদক লৈ আহিহে বৰপেটা সত্ৰত মূৰ দোৱাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বক্সাৰ লাভলীনাই ৷
Last Updated : Jan 9, 2022, 6:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.