Anti CAA Movement in Assam: অসমৰ ৰাইজে কা’ বিচাৰে নে নিবিচাৰে ইতিমধ্যেই কৈছে: ৰণজিৎ কুমাৰ দাস

By

Published : Nov 29, 2021, 10:46 PM IST

thumbnail
কা' আন্দোলন(Anti CAA movement in Assam) আৰম্ভ কৰাৰ সম্পৰ্কত বৰপেটাত ৰণজিৎ কুমাৰ দাসৰ মন্তব্য ৷ ৰাইজক কা' লাগে নে নালাগে এই সন্দৰ্ভত অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্তই লৈছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনত ভোটৰ জৰিয়তে ৰাইজে সিদ্ধান্ত দিছে বুলিও মন্তব্য কৰে তেওঁ(BJP has created record in elcetion despite of CAA) ৷ কা'আন্দোলনৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতো নিৰ্বাচনত বিজেপিয়ে ৰেকৰ্ড গঢ়িছে বুলিও কয় দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.