বিজ্ঞান শাখা: প্ৰথম স্থানত নগাঁৱৰ বিতোপন আৰান্ধৰা - ahsec
🎬 Watch Now: Feature Video

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম স্থান দখল বিতোপন আৰান্ধৰাৰ৷ নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত 478 নম্বৰেৰে প্ৰথম স্থান দখল কৰে ছাত্ৰগৰাকীয়ে ৷