বানৰ প্ৰকৃত ক্ষয়-ক্ষতিৰ পৰিমাণ নাজানে কেন্দ্ৰীয় চৰকাৰেঃ বিশ্বজিত দৈমাৰী - assam news

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 19, 2019, 10:15 PM IST

Updated : Jul 19, 2019, 11:37 PM IST

বানৰ পাচত হোৱা প্ৰকৃত ক্ষয় ক্ষতিৰ পৰিমাণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ অৱগত নহয় । বানক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যদা দিবলৈ হ'লে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব লাগিব ৷ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ ৷ লগতে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ চৰকাৰী বিষয়াই বানপানীৰ পাচত হোৱা অঞ্চল সমূহ ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বিতং তথ্য কেন্দ্ৰীয় চৰকাৰক দিব লাগে ৷ ক্ষয়-ক্ষতিৰ পৰিমাণ সঠিকভাবে নিদিয়াৰ বাবেই বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নাই ৷
Last Updated : Jul 19, 2019, 11:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.