এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ জোপাৰ জন্মদিন - এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ
🎬 Watch Now: Feature Video

5 জুন, পাঠশালাঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনা পাঠশালাবাসীয়ে পালন কৰিলে পাঠশালাৰ সমীপৰ জালিখাটা কলবাৰী থানত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ 207 বছৰীয়া বটবৃক্ষৰ জোপাৰ জন্মদিন ৷