thumbnail

By

Published : Apr 18, 2019, 3:35 PM IST

ETV Bharat / Videos

পেঁপা বাদনেৰে সুনাম অৰ্জন কৰা এজন যুৱক

গোলাঘাটৰ যুৱ পেঁপাবাদক বিদ্যুৎ বিকাশ কোঁৱৰ৷এতিয়া বিহুৰ আখৰাত ব্যস্ত গোলাঘাটৰ পেঁপাবাদক বিদ্যুৎ ৷ সুদীৰ্ঘ সাতবছৰ ধৰি বিহুতলীত পেঁপা বজাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ বিকাশ কোঁৱৰ৷ এইবাৰ গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰৰ মঞ্চত বিহু মাৰিবলৈ সাজু হৈছে যুৱ পেঁপাবাদকজন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.