thumbnail

By

Published : Aug 19, 2019, 3:01 PM IST

ETV Bharat / Videos

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য,আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ

নিউজ ডেস্ক,19আগষ্ট : আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ ৷ ভাদ মাহ উপলক্ষে অসমৰ প্ৰতিটো নামঘৰত সোঁত বৈছে ভকত বৈষ্ণৱৰ ৷ ৰাজ্যৰ চৌদিশে এতিয়া হৰিনামৰ ধ্বনি ৷ গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ পৰা আৰম্ভ কৰি শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ,মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হৈছে ভাদ মহীয়া নাম ৷ ভাদ মাহ উপলক্ষে ইটিভি ভাৰতৰ সাংবাদিকে যুগুটোৱা এক বিশেষ প্ৰতিবেদন চাও আহক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.