গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে চহা জীৱনৰ গৰু পাল - চকলাঘাট

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 29, 2019, 3:51 PM IST

অসমীয়াত এশাৰী কথা আছে 'যাৰ নাই গৰু সি সবাতোকৈ সৰু'। একবিংশ শতিকাৰ এই কংক্ৰিতৰ সমাজত যদিও মূল্যহীন এই বাক্যটো, তথাপিও বটদ্ৰৱাৰ সমীপৰ চকলাঘাটৰ প্ৰতিঘৰ গৃহস্থই গোধনক এতিয়াও চহকী কৰ্ম সংস্কৃতিৰ এক প্ৰতীক হিচাপে মানি পালন কৰি আহিছে । এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.