বৰপেটা সমষ্টিত আব্দুৰ ৰহিম আহমেদৰ বৃহৎ জয় - assam poll
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11619290-thumbnail-3x2-jbguigo.jpg)
বৰপেটা সমষ্টিত আব্দুৰ ৰহিম আহমেদৰ বৃহৎ জয় ৷ বৰপেটাত কংগ্ৰেছৰ হাতত পৰাজিত হ’ল অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাস ৷ প্ৰায় ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ ৷ বিজয়ী হোৱাৰ পিছত ৰাইজৰ লগতে ইশ্বৰক ধন্যবাদ দিয়ে বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ৷