বাক্যবাণ : হিমন্ত বিশ্ব শৰ্মা বনাম হাগ্ৰামা মহিলাৰী - btc news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9690373-thumbnail-3x2-hhh.jpg)
ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী যুঁজ ৷ তাৰ সমানে চলিছে নেতাৰ তীব্ৰ বাকযুদ্ধ ৷ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যুক্তি-তৰ্ক ৷ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘বাক্যবাণ’ত চাওক হিমন্ত বনাম হাগ্ৰামাৰ বাক-যুদ্ধ ৷
Last Updated : Nov 28, 2020, 9:09 AM IST