thumbnail

By

Published : May 14, 2019, 6:49 PM IST

ETV Bharat / Videos

আউনি আটীয় সত্ৰত কেনেকৈ জ্বলে বিজুলী চাকি !

2005 বৰ্ষৰ পৰা এক মুহূৰ্ত্তৰ বাবেও বিজুলী চাকি নুমুৱা নাই উত্তৰ গুৱাহাটী স্থিত শ্ৰী শ্ৰী আউনি আটীয় সত্ৰত ৷ কাৰণ সত্ৰখনৰ 13 জনী জাৰ্চীয়ে নতুন মাত্ৰা প্ৰদান কৰিছে শ্ৰী শ্ৰী আউনি আটীয় সত্ৰক ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.