শিৱসাগৰত অসম যুৱ পৰিষদৰ ছেনিটাইজেশ্যন কাৰ্যসূচী

By

Published : May 29, 2021, 6:14 PM IST

thumbnail
অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ । কৰ’ণা মহামাৰী সময়ত 20 মে' তাৰিখৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অসম যুৱ পৰিষদে ছেনিটাইজেশ্যনৰ ব্যৱস্থা হাতত লৈছে ৷ শনিবাৰে শিৱসাগৰ নগৰৰ বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে । শিৱসাগৰ সদৰ আৰক্ষী থানা আৰু নগৰৰ বিভিন্ন ৰাজহুৱা অঞ্চলত অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ কৰ্মকৰ্তা সকলে ছেনিটাইজেশ্যন কৰে । লগতে এই সংকটৰ সময়ত অসমৰ ৰাইজক সজাগ হোৱাৰ লগতে সামাজিক দুৰত্ব, মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.