ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰজোৰা লাচিত দিৱস পালন কৰিব অসম চৰকাৰে

By

Published : Nov 24, 2021, 8:57 PM IST

thumbnail

বছৰজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী (400 year birth anniversary of Lachit Barphukan) পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ বঙাইগাঁৱত আয়োজিত অসম কেবিনেট বৈঠকৰ পাছতে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ এই বৰ্ষজোৰা কাৰ্যসূচীৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ সন্দৰ্ভত চেমিনাৰ (national seminar on Lachit Barphukan) অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে ড৹ শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.