Assam CM in Silchar: শিলচৰত উপস্থিত হৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে? - Northeast Democratic Alliance
🎬 Watch Now: Feature Video
ৰাজ্যত অনুষ্টিত হ’বলগা ৰাজ্যসভা নিৰ্বাচনক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Hiamanta Biswa Sarma on Rajya Sabha election) ৷ আগন্তুক মনিপুৰৰ বিধানসভা নিৰ্বাচনত দলৰ জয়লাভৰ কাৰণে নেডাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ নেডাৰ হৈ মন্ত্ৰী অশোক সিংঘলেও কাম কৰি থকা বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বাৰ্মিজ চুপাৰিক লৈয়ো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ বাৰ্মিজ চুপাৰিক বাদ দি স্থানীয় চুপাৰিৰ ব্যৱসায়ৰ ক্ষেত্ৰত SOP জাৰি কৰিব চৰকাৰে ৷