বাণিজ্য শাখাত প্ৰথম স্থান আঁজুৰিলে কাছাৰৰ অসীম সৰকাৰে - প্ৰথম স্থান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3377727-thumbnail-3x2-nbdnvfdj1.jpg)
শিলচৰ , 25 মে': উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিলে বিবেকানন্দ জুনিয়ৰ কলেজ কাছাৰৰ অসীম সৰকাৰে ৷ বাণিজ্য শাখাত 474 নম্বৰেৰে প্ৰথম স্থান লাভ কৰে অসীমে ৷ কাছাৰৰ পৰা অসীমৰ সৈতে আমাৰ সাংবাদিক দিলীপ সিঙৰ এক প্ৰতিবেদন ৷