ছাত্ৰসন্থা ত্যাগ : প্ৰমোদ বড়োৰ পৰৱৰ্তী পৰিকল্পনা কি হ'ব !

By

Published : Feb 13, 2020, 2:57 PM IST

thumbnail
বুধবাৰৰ পৰা বাক্সা জিলাৰ তামুলপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নিখিল বড়ো ছাত্র সন্থাৰ বিশেষ অধিবেশন । পুৱাই নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে প্ৰমোদ বড়োৱে । এই অনুষ্ঠানতে প্ৰাক্তন সভাপতিগৰাকীৰ বিদায় পৰ্ব সম্পন্ন হয় । ফলত একালৰ ছাত্ৰ সংগঠনটোৰ সতীৰ্থ সকল আবেগিক হৈ পৰা পৰিলক্ষিত হয় । আনহাতে প্ৰমোদ বড়োৱে প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা সদৰী নকৰে যদিও ৰাইজে বিচাৰিলে চিন্তা চৰ্চা কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ প্ৰকাশ কৰা অনুসৰি জনগোষ্ঠীৰ বাবে আৰু অধিক কাম কৰিবলৈ বাকী আছে । উল্লেখ্য যে ১৫০০কোটি টকা ভাগ বতৰা কৰি খোৱাৰ বাবে নহয় বিটিআৰত বসবাস লোক সকলৰ আবেগিক অনুভূতি জড়িত হৈ ইয়াক তেনেদৰেই চিন্তা চৰ্চা কৰিলে নহব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.