সোণাইৰ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰৰ মনোনয়ন দাখিল - Aminul haque Laskar filed nomination from Sonai
🎬 Watch Now: Feature Video

বুধবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব ৷ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে সোণাইৰ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷ বহু কেইগৰাকী সমৰ্থকক লগত লৈ কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নেতা গৰাকীয়ে ৷