thumbnail

By

Published : Feb 5, 2022, 9:08 AM IST

ETV Bharat / Videos

জংকী-পানেইৰ ঘূনাসুঁতিত এতিয়া লৃগাঙক লৈ উৎসৱমুখৰ পৰিৱেশ

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসৰ পটভূমি ঘুনাসুঁতি (Background of Miri Jiyori novel Ghunasuti) ৷ বহু চিৰসেউজ অসমীয়া সংগীততো উল্লেখ আছে ঘুনাসুঁতি আৰু ঘুনাসুঁতিৰ লৃগাঙৰ কথা ৷ এই ঘুনাসুঁতিতে এতিয়া সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ । কিয়নো এতিয়া যে, মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাং সমাগত (Ali Aye Ligang of Mising community)। আলি আয়ে লৃগাং লৈ এতিয়া জনগোষ্ঠীটোৰ ডেকা-গাভৰু ,বুঢ়া-বুঢ়ীৰ কাৰো গাত তৎ নাইকিয়া হৈছে । উত্তৰ অসমৰ মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলটোতো এতিয়া চলিছে লৃগাঙৰ ব্যাপক প্ৰস্তুতি । চাওঁ আহক লৃগাঙকলৈ ঘুনাসুঁতিবাসীৰ ব্যস্ততা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.