নলবাৰীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাৰ ভোটদান - assam poll
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11296428-thumbnail-3x2-nalbari.jpg)
নলবাৰীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাৰ ভোটদান ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বাবে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শিখৰ কুমাৰ শৰ্মাই ৷ 61 নং ধৰ্মপুৰ সমষ্টিৰ 197 টা ভোটকেন্দ্ৰত 141592 গৰাকী ভোটাৰে সমষ্টিটোৰ পাঁচ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ সমষ্টিটোৰ 73559 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 68033 আৰু ডি ভোটাৰৰ সংখ্যা হ'ল 56 গৰাকী ৷