thumbnail

By

Published : Mar 23, 2021, 12:58 PM IST

ETV Bharat / Videos

পাটাছাৰকুছিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে । তাৰ সমান্তৰালকৈ নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদেও বিভিন্ন সমষ্টিত নিজৰ ভেটি সৱল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আন সমষ্টিৰ সমান্তৰালকৈ পাটাছাৰকুছি সমষ্টিতো অজাপে শক্তিশালীকৈ থিয় হোৱাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে ৷ পাটাছাৰকুছিত অসম জাতীয় পৰিষদে আয়োজন কৰা যোগদান কাৰ্যসূচীত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰায় ৪৭ গৰাকী কৰ্মীয়ে দলৰ কাৰ্যবাহী সভাপতি পবিন্দ্ৰ ডেকাৰ উপস্থিতিত যোগদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.