কোনোপধ্যেই CISFৰ গুণ্ডাগিৰি সহ্য নকৰো: আটছা - নুমলীগড় শোধনাগাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13124352-thumbnail-3x2-n.jpg)
প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ । শোধনাগাৰৰ CISF জোৱানে শ্ৰমিক আৰু ঠিকাদাৰক মাৰপিট কৰাৰ অভিযোগত মুখ্যদ্বাৰ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই(AATSA)। প্ৰতিবাদযোগে CISF জোৱানক শাস্তিৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীৰ দাবী মানি নল’লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান আটছাৰ । চাওক এই প্ৰতিবেদন...