নিম্নমানৰ মজুৰি বৃদ্ধিক লৈ ক্ষোভ আটছাৰ - আমগুৰি
🎬 Watch Now: Feature Video
চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিত চৰম প্ৰৱঞ্চনাৰ অভিযোগ চাহ শ্ৰমিকৰ ৷ আমগুৰিত বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷ বিজেপি চৰকাৰে 351 টকা মজুৰি বৃদ্ধিৰ বিপৰীতে কেৱল মাত্ৰ 50 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈ সৰৱ হৈ উঠিছে আটছা । আনহাতে, মালিক গোষ্ঠীয়ে চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাত চৰকাৰৰ বঞ্চনাৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰে । 22 মাৰ্চত ৰাজ্যৰ প্ৰতিখন চাহ বাগিচা বন্ধৰ ঘোষণা কৰিছে আটছাই । এই সন্দৰ্ভত শিৱসাগৰৰ আমগুৰিৰ পৰা সংবাদদাতা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...