thumbnail

By

Published : Nov 30, 2021, 12:13 PM IST

Updated : Nov 30, 2021, 5:16 PM IST

ETV Bharat / Videos

Mob Lynching in Jorhat: প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি-সম্পাদকৰ

সোমবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত হৈছিল বৰ্বৰ এক গণ প্ৰহাৰৰ ঘটনা (Jorhat Mob Lynching incident) ৷ এই ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় আছু নেতা অনিমেষ ভূঞাই ৷ অনিমেষৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যকৰ পৰিস্থিতি ৷ দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী ৰাজ্যৰ সচেতন মহলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ (AASU demands joustice for Animesh Bhuyan) ৷ এই নিৰ্লজ্জ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি দিপাংক কুমাৰ নাথে ৷ চাওক আমাৰ এই প্ৰতিবেদন...
Last Updated : Nov 30, 2021, 5:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.