thumbnail

By

Published : Aug 3, 2019, 6:49 PM IST

ETV Bharat / Videos

ব্যক্তিগতখণ্ডৰ হাতলৈ কাজিৰঙা : কি কয় লুৰিণজ্যোতি গগৈয়ে

অসমবাসীৰ অগোচৰে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক গুৰগাঁৱৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান ৰেচবাৰ্ড টেকনলজিছক ৰক্ষণাবেক্ষণ আৰু চোৱা চিতাৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে । যাক লৈ এতিয়া ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । শনিবাৰে কেন্দ্ৰৰ এই পদক্ষেপক সম্পূৰ্ণ বিৰোধিতা কৰি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । ৰংঘৰ কাৰেংঘৰৰ পাচত এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যক্তিগতকৰণৰ চেষ্টা কেন্দ্ৰৰ। কি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে.............

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.