শ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল আছুৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 30, 2021, 7:05 PM IST

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ ৷ জাতীয় শ্বহীদক কৰা অপমানৰ বাবে মঙলদৈত আন্তঃ মঙলদৈ ছাত্ৰ সন্থাই মঙলদৈ সদৰ থানাত বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে দাখিল কৰিলে এই এজাহাৰ ৷ উল্লেখযোগ্য যে, অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাৰ লগতে আন আন শ্বহীদ সকলকলৈ অপমান সূচক মন্তব্য কৰিছিল কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে ৷ ইয়াৰ লগে লগে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন আন দল-সংগঠন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.