thumbnail

By

Published : Sep 9, 2021, 8:44 PM IST

ETV Bharat / Videos

সংখ্যালঘূ ৰাইজক লৈ ৰাজনীতি বন্ধ কৰক : আমছু

এআইইউডিএফ, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বক সংখ্যালঘূ ৰাইজক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ সংখ্যালঘূ ৰাইজে কি খাব ? কি কৰিব ? সেয়া সংখ্যালঘূ ৰাইজৰ ব্যাক্তিগত বিষয় ৷ ৰাইজৰ দল, কংগ্ৰেছ আৰু এআইইউডিএফ সংখ্যালঘূ ৰাইজৰ অভিভাৱক নহয় । সংখ্যালঘূ ৰাইজক ৰাজনীতিৰ পাশা খেলত আৱদ্ধ কৰি ৰাজনীতি নকৰিবলৈ সকিয়াই দিলে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.