কিমান সঁচা আলফা নেতা ৰূপান্তৰ কাকতিৰ মৃত্যুৰ বাতৰি?

By

Published : Jun 6, 2019, 3:04 PM IST

thumbnail
ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে আলফা নেতা ৰূপান্তৰ কাকতি ওৰফে দিগন্ত বৰুৱাৰ ৷ কিন্তু কিমান সঁচা এই খবৰ? কেনেকৈ মৃত্যু হ'ল তিনিটা দশকে স্বাধীনতাৰ সপোন দেখি হাবিয়ে-জংঘলে সংগ্ৰামৰ কাঁইটীয়া বাটেৰে ভ্ৰমি ফুৰা দিগন্ত বৰুৱাৰ? আলফা নেতাগৰাকীৰ মৃত্যুৰ খবৰকলৈ এতিয়াও নিশ্চিত হ'ব পৰা নাই পৰিয়ালৰ লোকসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.