গেমন দলঙৰ সমীপত ট্ৰাক-বাইকৰ মুখামুখী সংঘৰ্ষ - শিৱসাগৰ
🎬 Watch Now: Feature Video

শিৱসাগৰত অক্সিজেন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ ৷ শিৱসাগৰৰ গেমন দলঙৰ সমীপত সংঘটিত এই দুৰ্ঘটনা ৷ AS-03BC-2900 নম্বৰৰ অক্সিজেন ভৰ্তি ট্ৰাকে মহতিয়ালে AS-04W-6735 নম্বৰৰ এখন বাইক থকা দুই আৰোহীক ৷ দুৰ্ঘটনাত দুই ভাতৃ মানস বৰা আৰু প্ৰাঞ্জল বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷