thumbnail

By

Published : Apr 21, 2019, 1:01 PM IST

ETV Bharat / Videos

কলকাতাৰ বিৰুদ্ধে গৃহভূমিত যুঁজিব ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলৰ দেওবাৰৰ প্ৰথমখন মেচত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ বিয়লি 4 বজাত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন ৷ ইতিমধ্যে 8 খন মেচৰ 4 খনত জয় লাভ কৰি 8 পইণ্টৰে ছানৰাইজাৰ্ছ দলটো আই পি এলৰ পইণ্টছ টেবুলত পঞ্চম স্থানত থকাৰ বিপৰীতে 9 খন মেচৰ 4 খন মেচত জয় লাভ কৰি 8 পইণ্টৰে ষষ্ঠ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ ৷ এই মেচখনক লৈ চাওক ইটিভি ভাৰতৰ আই পি এল বিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.