thumbnail

By

Published : Apr 9, 2019, 6:49 AM IST

Updated : Apr 9, 2019, 7:50 AM IST

ETV Bharat / Videos

মঙলবাৰে আই পি এলত মুখামুখি হ'ব দুই শক্তিশালী দল

চেন্নাইৰ চিদাম্বৰাম ষ্টেডিয়ামত সন্ধিয়া ৮ বজাত মুখামুখি হ'ব আই পি এলৰ দুই শক্তিশালী দল চেন্নাই চুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ । ইতিমধ্যে পইণ্টছ টেবুলত দিনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা শীৰ্ষত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ধোনীৰ চেন্নাই চুপাৰ কিংছ । গতিকে আজি অনুষ্ঠিত হ'বলগীয়া মেচখন এক ৰোমাঞ্চক মেচ ৰূপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে । কোনটো দলৰ কোন খেলুৱৈয়ে আজিৰ মেচখনত মুখ্য ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে তাৰ বাবে চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান আই পি এল বিশেষ..
Last Updated : Apr 9, 2019, 7:50 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.