চিনেমাক্ষেত্ৰত মহিলাসকলে আৰম্ভ কৰিছে এক দীঘলীয়া যাত্ৰাঃ গুলজাৰ - প্ৰসিদ্ধ গীতিকাৰ,লেখক গুলজাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5592877-thumbnail-3x2-a.jpg)
পুৰুষ প্ৰধান চলচ্চিত্ৰ উদ্যোগটোত মহিলাসকলে নিজৰ স্থিতি বজাই ৰাখিবৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি বিশেষ মন্তব্য আগবঢ়াই শব্দৰ যাদুকৰ গুলজাৰে ৷ প্ৰসিদ্ধ গীতিকাৰ তথা লেখকজনে চপ্পক চলচ্চিত্ৰৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে, তেওঁ এই ধাৰণাৰ লগত সহমত নহয় যি ধাৰণাই ল'ৰাৰ তুলনাত ছোৱালীক অধিক পৰিচৰ্যাৰ আৱশ্যক বুলি গণ্য কৰে ৷