লক ডাউনৰ চেলেঞ্জ দিলে কণ্ঠশিল্পী নিলোৎপল বৰাই - লক ডাউনৰ দিন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 5, 2020, 7:49 PM IST

Updated : Apr 7, 2020, 1:05 PM IST

লক ডাউনৰ দিনকেইটা নিজৰ পৰিয়ালৰ লগত সময় কটাইছে কন্ঠশিল্পী নিলোৎপল বৰাই। কেৱল পৰিয়ালৰ লগত সময় কটোৱাই নহয় বহু কেইটা নতুন কাম কৰিবলৈ লোৱাৰ লগতে সামাজিক মাধ্যমত এক মঞ্চ তৈয়াৰ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷#my song your way নামৰ প্ৰতিযোগিতাৰ জৰিয়তে গানৰ এক মুকলি মঞ্চ তৈয়াৰ কৰিছে শিল্পী গৰাকীয়ে।
Last Updated : Apr 7, 2020, 1:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.