সুশান্তৰ পৰিয়ালৰ কাষত ৰতন ৰাজপুত - ৰতন ৰাজপুত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 29, 2020, 9:26 PM IST

টেলিভিছন অভিনেত্ৰী ৰতন ৰাজপুতে বৰ্তমান সময় কটাইছে পাটনাস্থিত নিজ গৃহত ৷ সুশান্তৰ মৃত্যুৰ পিছত সুশান্তৰ পৰিয়ালৰ কাষলৈ গ'ল ৰতন ৰাজপুত ৷ শেহতীয়াকৈ ৰতন ৰাজপুতে এটা ভিডিঅ' শ্বেয়াৰ কৰে য'ত ৰতনে সুশান্তৰ পৰিয়ালক লগ কৰি পোৱা অনুভৱখিনি ব্যক্ত কৰে ৷ ৰতনে সুশান্তৰ পিতৃৰ লগত কথা পাতি তেওঁৰ পৰা যথেষ্ট সাহস পালে বুলি ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.