দুৰ্যোধনৰ দৃষ্টিভংগীৰে পুণীত ইসাৰৰ মহাভাৰত - জনপ্ৰিয় টেলিভিছন শ্ব' মহাভাৰত
🎬 Watch Now: Feature Video
বী আৰ চোপ্ৰাৰ জনপ্ৰিয় টেলিভিছন শ্ব' মহাভাৰতত দুৰ্যোধনৰ চৰিত্ৰ ৰূপায়ণ কৰা পুণীত ইসাৰৰ মতে, মহাভাৰতৰ এই সংস্কৰণ কৰ্ণ আৰু দুৰ্যোধনৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ৷ ই টি ভি ভাৰত চিটাৰাৰ সৈতে পুণীত ইসাৰৰ এক বিশেষ কথোপকথনঃ