দৰ্শকক মোহিলে বৰুণ-শ্ৰদ্ধাৰ নৃত্যই - বৰুণ ধাৱান আৰু শ্ৰদ্ধা কাপুৰ অভিনীত নৃত্যকেন্দ্ৰিক ছবি ষ্ট্ৰীট ডাঞ্চাৰ 3 ডি
🎬 Watch Now: Feature Video
ছবিগৃহলৈ আহিল বৰুণ ধাৱান আৰু শ্ৰদ্ধা কাপুৰ অভিনীত নৃত্যকেন্দ্ৰিক ছবি ষ্ট্ৰীট ডাঞ্চাৰ 3 ডি ৷নৃত্যৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা ছবিখনৰ গীতসমূহে যেনেদৰে দৰ্শকক মোহিবলৈ সক্ষম হৈছিল সদ্য মু্ক্তিপ্ৰাপ্ত ছবিখনেও ইতিমধ্যে দৰ্শকৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰেম' ডিচোজাৰ দ্বাৰা নিৰ্দেশিত ছবিখন চাই দৰ্শকে কি প্ৰতিক্ৰিয়া দিলে ,শুনো আহক.....