দীপিকাৰ পৰা অদিতি লৈকে কেমেৰাৰ লেন্সত বন্দী B-town দিভা - B town দিভা
🎬 Watch Now: Feature Video

মুম্বাইৰ ভিন্ন প্ৰান্তত দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি অদিতী ৰাও হেইদৰী লৈকে কেমেৰাৰ লেন্সত বন্দী বহুকেইগৰাকী B-town দিভা ৷ paps post শ্বুটত দীপিকা কেমেৰাৰ লেন্সত বন্দী হোৱাৰ পৰিৱৰ্তে বান্দ্ৰাৰ বিজয় চেলছ ষ্টোৰত দেখা গ'ল অদিতী ৰাওক ৷ কৰিশ্মা টান্না আৰু গৌহৰ খানৰো কিছু মুহূৰ্ত বন্দী কৰিলে paps এ ৷