2019 বৰ্ষত চৰ্চাত থকা তাৰকাসকল - 2019-বলীউড
🎬 Watch Now: Feature Video
এই বছৰটো বলীউড ক্ষেত্ৰখনৰ বাবে বিৰাটেই সুন্দৰ তথা প্ৰভাৱশালী বছৰ হিচাপে চিহ্নিত হৈছে ৷ উৰি-দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি হাউচফুল-4ৰ দৰে বক্স অফিচ হিট ছবিৰ উপৰিও বাকী বহুকেইটা কাৰণৰ বাবেই চৰ্চিত হৈ আছিল বি-টাউন ৷ জায়ৰা ৱাছিমে অভিনয় জীৱন এৰাৰ পৰাৰ আৰম্ভ কৰি চলমান খান-সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ইনচাহআল্লা ৰিলিজ নোহোৱালৈকে বহু ঘটনাৰ মাজেৰে পাৰ হৈ আহিল বলীউডবাসী ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আগবাঢ়িল বছৰটোৰ শেষৰ সময়ছোৱা ৷ আহক চোন চাওঁ, ছবিজগতৰ সৈতে কেনেদৰে জড়িত হৈ থাকিল চন -2019 .........